April 1, 2025 7:04 PM

views 10

ডিব্ৰুগড়ৰ কেইবাটাও ধৰ্মীয় স্থানলৈ প্ৰথম কিস্তি হিচাপে ডেৰ লাখ টকাৰ অনুদান

ৰাজ্য চৰকাৰৰ অসম দর্শন আঁচনিৰ অধীনত আজি মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কেইবাটাও ধৰ্মীয় স্থানলৈ প্ৰথম কিস্তি হিচাপে ডেৰ লাখ টকাৰ অনুদানৰ চেক বিতৰণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিত ২০৪টা নামঘৰ, মন্দিৰ আৰু থানলৈ ৩ লাখ টকাকৈ এই আঁচনিৰ অনুদান আগবঢ়োৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।