September 22, 2025 9:15 PM

views 28

দিল্লীত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান দিল্লীত আয়োজিত সুস্থ নাৰী, শক্তিশালী পৰিয়াল অভিযানৰ অধীনত আয়োজিত স্বাস্থ্য পৰীক্ষা শিবিৰ নিৰীক্ষণ কৰে। তেওঁ কয়, যে ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈকে দিল্লীৰ লগতে সমগ্ৰ দেশতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে য'ত বিনামূলীয়াকৈ মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। সেৱা পষেকৰ অধীনত গ্ৰহণ কৰা এই পদক্ষেপ মহিলাসকলৰ স্বাস্থ্য আৰু সৱলীকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ । তেওঁ মহিলাসকলক শিবিৰলৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ আ...

February 20, 2025 7:57 PM

views 34

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেখা গুপ্তাক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ৰেখা গুপ্তাক অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্রীমোদীয়ে কয়, যে শ্রীমতী গুপ্তা এগৰাকী তৃণমূল পৰ্য্যায়ৰ পৰা উঠি অহা নেতা। কেম্পাছৰ ৰাজনীতি, ৰাজ্যিক সংগঠন আৰু পৌৰ প্ৰশাসনতো তেওঁ সক্ৰিয় আছিল। দিল্লীৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ উন্নয়নৰ বাবে পূৰ্ণ শক্তিৰে কাম কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।প্রধানমন্ত্ৰীয়ে পাৰভেজ বাৰ্মা, আশীষ সুদ, মনজিন্দৰ সিং চিছা, ৰবিন্দৰ ইন্দ্ৰজ সিং, কপিল মিশ্ৰা আৰু পংকজ কু...

February 20, 2025 7:41 PM

views 50

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাৰ শপত গ্ৰহণ

বিজেপি নেত্ৰী ৰেখা গুপ্তাই আজি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লী বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত শালিমাৰবাগ সমষ্টিৰ পৰা জয়লাভ কৰা নেত্ৰীগৰাকীয়ে নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত লয়। উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই শ্ৰীমতী গুপ্তাক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। ইয়াৰ পূৰ্বে কালি বিয়লি দিল্লী বিজেপিৰ বিধায়িনী দলৰ নেত্ৰী হিচাপে বাছনি লাভ কৰাৰ পাছত তেওঁ উপ-ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে...