December 20, 2024 12:00 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ৰ অষ্টম সংস্কৰণ অহা মাহত অনুষ্ঠিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যতিক্ৰমী মত বিনিময় অনুষ্ঠান পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অহা মাহত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে মাই গভ পৰ্টেলত পঞ্জীয়ন আৰম্ভ হৈছে আৰু ১৪ জানুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। পৰীক্ষা পে চর্চা কাৰ্যসূচীয়ে ছাত্র-ছাত্রী, শিক্ষক তথা অভিভাৱকসকলৰ পৰীক্ষাৰ চাপ হ্ৰাস কৰি জীৱনটো এটা উৎসৱ হিচাপে পালন কৰিবলৈ উৎসাহিত কৰে। শিক্ষা মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলৰ বাবে বিবিধ বিক...