January 16, 2025 5:47 PM January 16, 2025 5:47 PM
3
চৰকাৰে দেশত ষ্টাৰ্ট আপৰ এটা পৰম্পৰা গঢ়ি তোলাৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা চলাইছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে আজি ষ্টার্ট আপ ইণ্ডিয়া কাৰ্যসূচীৰ নৱম বার্ষিকী উদযাপন কৰিছে। এই উপলক্ষে দিয়া বার্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, চৰকাৰে দেশত ষ্টাৰ্ট আপৰ এটা পৰম্পৰা গঢ়ি তোলাৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা চলাইছে। শ্রী মোদীয়ে কয় যে বিগত ৯ বছৰত চৰকাৰে গ্ৰহণ কৰা ৰূপান্তৰকামী কাৰ্যসূচীয়ে অগণন যুৱক-যুৱতীৰ সৱলীকৰণ নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ উদ্ভাৱনী কৌশলৰ আধাৰত সফল ষ্টাৰ্ট আপ গঢ়ি তোলা হৈছে। প্রধানমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰী নীতিসমূহ, ব্যৱসায়ৰ বাবে সূচল পৰিৱেশ সৃষ্টিৰ লগতে সম্পদ আহৰণৰ সামর্থ্য...