December 25, 2025 11:11 AM December 25, 2025 11:11 AM

views 3

লালকিল্লা বিস্ফোৰণৰ ঘটনাত জড়িত ৭ জন লোকৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৫ দিনলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে লালকিল্লা বিস্ফোৰণৰ ঘটনাত জড়িত ৭ জন লোকৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৫ দিনলৈ বৃদ্ধি কৰি, আটাইকেইজনকে ৮ জানুৱাৰী পৰ্যন্ত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। অতিৰিক্ত ছেছন ন্যায়াধীশ প্রশান্ত শৰ্মাই ড° আদিল ৰাথৰ, ড° মোজাম্মিল গানেই, ড° শাহিন ছইদ, মৌলবী ইৰফান আহমেদ ৱাগে, জছিৰ বিলাল ৱানি, আমিৰ ৰশ্বিদ আলী, আৰু ছৈয়বক পাতিয়ালা হাউচ কোর্টত হাজিৰ কৰোৱাৰ পাছত তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে এই ৩ গৰাকী চিকিৎসক আৰু ৱাগেক যোৱা ১২ ডিচেম্বৰত ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। আনহাতে, আল...