May 8, 2024 4:35 PM
7
আজি আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰ’ছ বা ৰেড ক্ৰীচেণ্ট দিৱস
সুৰক্ষা, সাহায্য, স্বাস্থ্যসেৱা, সামাজিক সাহায্য আৰু সংহতিৰ প্ৰয়োজনীয়তা থকা লোকসকলৰ কাষত কাম কৰা লাখ লাখ স্বেচ্ছাসেৱক আৰু কৰ্মচাৰীৰ প্ৰতি সন্মান জনাই আজি বিশ্ব ৰেড ক্ৰ'ছ বা ৰেড ক্ৰীচেণ্ট দিৱস পালন কৰা হৈছে। ৰেড ক্ৰ'ছ বা ৰেড ক্ৰীচেণ্ট আন্দোলনৰ মানৱীয় কাম আৰু নীতিক সন্মান জনাই প্ৰতি বছৰে ৮ মে'ৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰ'ছ বা ৰেড ক্ৰীচেণ্ট দিৱস উদযাপন কৰা হয়। হেনৰি ডুৰাণ্ট নামৰ এগৰাকী ছুইছ নাগৰিকে আজিৰ পৰা ১৬০তকৈও অধিক বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰ'ছ আন্দোলনৰ গুৰি ধৰিছিল। বিশ্বজুৰি এই ...