March 1, 2025 12:25 PM March 1, 2025 12:25 PM

views 6

হংকং আৰু ছাংহাই বেংকিং কো-অপাৰেচন লিমিটেডক ৬৬.৬০ লাখ টকা জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজার্ভ বেংকে নীতি নির্ধাৰণকাৰী নিয়মসমূহ উলংঘা কৰাৰ বাবে হংকং আৰু ছাংহাই বেংকিং কো-অপাৰেচন লিমিটেড (এইচ এছ বি চি)ক ৬৬ লাখ ৬০ হাজাৰ টকা জৰিমনা বিহিছে। এইচ এছ বি চিয়ে গ্ৰাহকসকলৰ কে ৱাই চিৰ নীতি-নিয়ম, অসুৰক্ষিত বিদেশী মুদ্রা সম্পর্কে প্রতিবেদন দিয়াত বিফল হোৱা আৰু অযোগ্য ছেভিংছ একাউণ্টছ খোলাৰ দৰে কাম-কাজেৰে এই নিয়মসমূহ উলংঘা কৰিছিল। পর্যালোচনামূলক নিৰীক্ষণৰ অন্তত এইচ এছ বি চিয়ে অবৈধ ধনৰ লেনদেন সংক্রান্তত এলাৰ্ট ক্ল'জাৰ বাহিৰৰ পৰা প্ৰয়োগ কৰাৰ লগতে প্রতিবেদন প্রদান কৰাৰ ক্ষেত্ৰত থকা দায...