July 9, 2025 8:13 PM

views 18

বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদৰ

বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে আজি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ বিৰুদ্ধে বিহাৰ বন্ধৰ আহ্বান জনোৱাক লৈ বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী প্ৰসাদে আৰ জে ডি-কংগ্ৰেছ নেতৃত্বাধীন মহামিত্ৰজোঁটে ৰাজ্যখনৰ নিৰ্বাচন আয়োগৰ বিশেষ ব্যাপক সংশোধনক লৈ ৰাজনীতি কৰিছে বুলি অভিযোগ কৰে। এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ অধীনত থকাৰ পাছত বিৰোধী পক্ষই বিহাৰ বন্ধৰ আহ্বান জনোৱাৰ উদ্দেশ্য সন্দৰ্ভতো সাংসদগৰাকীয়ে প্রশ্ন উত্থাপন কৰে। তেওঁ কয যে ৰাজ্যখনত মুঠ ৭ কোটি ৯...