December 15, 2024 12:26 PM

views 16

তিনিচুকীয়া জিলাৰ বিধানসভা সমষ্টিৰ ৮৩,৯৫২ জন হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ

তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ ৮৩,৯৫২ জন হিতাধিকাৰীৰ মাজত আজি নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। এই উপলক্ষে মাকুম বিধানসভা সমষ্টিৰ বাবে তিনিচুকীয়া নগৰৰ বৰগুৰি আই টি আই খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত হিতাধিকাৰীসকলক এই ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব । অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ নিগমৰ অধ্যক্ষ পুলক গোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে এই ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে সমষ্টিটোত নতুনকৈ ৮,০৩১টা পৰিয়ালৰ ১৩,৭৪৮ জন হিতাধিকাৰী উপকৃত হ'ব। আনহাতে ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাই চাই...