August 4, 2025 12:45 PM

views 9

পহিলা অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ গৰাকীসকলৰ ৰাজ সাহায্যযুক্ত নিমখ, মচুৰ দাইল আৰু চেনি লাভ

পহিলা অক্টোবৰৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ডৰ গৰাকীসকলে ৰাজ সাহায্যযুক্ত নিমখ, মচুৰ দাইল আৰু চেনি লাভ কৰিব বুলি মন্ত্ৰী কৌশিক ৰায়ে ঘোষণা কৰিছে। কোকৰাঝাৰ চহৰৰ সমীপৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত সকলো সুলভ মূল্যৰ দোকানী আৰু গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে অনুষ্ঠিত বিভাগীয় সজাগতামূলক সন্মিলনত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে। বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ে সজাগতা সন্মিলনত কয়, যে ৰেচন কাৰ্ডৰ গৰাকীয়ে ৰাজ সাহায্যযুক্ত প্ৰতিকিলোগ্ৰাম মচুৰ ...

April 27, 2025 7:01 PM

views 21

ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল

ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা বিতৰণ বিভাগৰ তথ্যত এই কথা প্রকাশ পাইছে। বিভাগে প্রকাশ কৰা মতে জানুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ৩১ খন আৰু অগ্রাধিকাৰ প্রাপ্ত পৰিয়াল আঁচনি অধীনৰ ৮৮৯ খন কার্ড বাতিল কৰা হৈছে। একেদৰে ফেব্ৰুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ২২৮ খন আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল আঁচনি অধীনৰ ৪,৬৯২ খন কার্ড বাতিল কৰা হৈছে। ইয়াৰোপৰি মাৰ্চত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ৯১ খন আৰু অগ্ৰাধিকাৰ প্রাপ্ত পৰিয়াল আঁচ...

March 20, 2025 11:02 AM

views 20

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব: মুখ্যমন্ত্ৰী

■ ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে অহা ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। হিতাধিকাৰীসকলে বজাৰৰ দৰতকৈ দাইল আৰু চেনি কম মূল্যত লাভ কৰাৰ লগতে নিমখ ১০ টকা কম দামত ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে কয়, যে ৰেচন কাৰ্ড থকা পাঁচজনীয়া পৰিয়ালে এই সামগ্ৰী লাভ কৰিব আৰু পাঁচজনতকৈ অধিক সদস্য থাকিলে এই সামগ্রী ২ কিলোগ্ৰামকৈ লাভ কৰিব। মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ যোগ্য মহিলাসকলক অহা ১ এপ্ৰিলৰ পৰা ১০ হাজাৰ টকাকৈ ...