October 13, 2024 11:38 AM

views 18

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত বিভিন্ন দেশৰ নেতাৰ গভীৰ শোক প্রকাশ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। এক্সৰ এটা পোষ্টত নেতান্যাহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতলৈ টাটাৰ অৱদান আৰু ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে টাটাৰ পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰে। ভাৰতত থকা জাৰ্মানীৰ ৰাষ্ট্রদূত ফিলিপ- একাৰমেনে টাটাক এগৰাকী চমৎকাৰী ব্যক্তি তথা উদ্যোগপতি বুলি অভিহিত কৰে। ইপিনে, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্রদূত এৰিক গাৰচে...