October 23, 2025 11:49 AM

views 58

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। মাজুলীত অহা ৪ নৱেম্বৰৰ পৰা ৰাস অনুষ্ঠিত হ'ব। ৮ নৱেম্বৰ পৰ্যন্ত জিলাখনৰ কেইবাখনো মঞ্চত শিশু ৰাস, মিছিং ভাষাৰ ৰাসৰ লগতে মহিলা শিল্পীৰ দ্বাৰা অভিনীত ৰাস পৰিৱেশন কৰা হ'ব। উজনি মাজুলী ঐক্যমঞ্চই অহা ৪ নৱেম্বৰত প্ৰথম বাৰৰ বাবে দেউৰী ভাষাত ৰাস পৰিৱেশন কৰিব বুলি এখন সংবাদমেল যোগে প্রকাশ কৰে। নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত অহা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। এই মহোৎসৱৰ অংশ হিচাপে অহা ৬ নৱেম্বৰত ১০ হাজাৰ শিল্পীয়ে জনতা...

November 13, 2024 8:00 PM

views 16

উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাৰ প্ৰান্তে প্রান্তে ৰাস মহোৎসৱৰ ব্যাপক আয়োজন

ৰাস মহোৎসৱ উদযাপনৰ বাবে উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাৰ প্ৰান্তে প্রান্তে ব্যাপক আয়োজন প্রায় সম্পূৰ্ণ হৈছে। সত্ৰভূমি মাজুলীৰ লগতে উজনি অসমৰ কেইবাখনো জিলা আৰু নামনি অসমৰ হাউলী- নলবাৰীকে ধৰি ভালেমান অঞ্চলত পৰম্পৰাগত ৰীতি-নীতিৰে আৰু আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যখনৰ বিভিন্ন ৰাস উদযাপন সমিতিলৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি মাজুলীৰ ৰাস উদযাপন সমিতিসমূহলৈ অসম চৰকাৰৰ পর্যটন বিভাগে অতিৰিক্ত ৫০ হাজাৰ টকাকৈ আগবঢ়াইছে। আজি ক...