December 29, 2025 8:26 PM

views 15

ফিডে ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অৰ্জুন এৰিগাইছি আৰু কনেৰু হাম্পিক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দোহাত অনুষ্ঠিত ফিডে ৱৰ্ল্ড ৰেপিড চেছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অৰ্জুন এৰিগাইছি আৰু কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীমোদীয়ে দবা গ্রেণ্ডমাষ্টাৰসকলক খেলৰ প্ৰতি থকা নিষ্ঠাৰ বাবে প্রশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ভৱিষ্যতৰ কাম-কাজৰ বাবেও শুভেচ্ছা জনায়।