July 4, 2025 6:51 PM July 4, 2025 6:51 PM
8
গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ বাবে পদাৰ্থ, ৰসায়ন অথবা জীৱ বিজ্ঞানৰ যিকোনো এটা বিষয়ৰ সাধাৰণ স্নাতক হ’লেই হ’ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা
গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান অথবা জীৱ বিজ্ঞানৰ ভিতৰত যিকোনো এটা বিষয়ৰ সাধাৰণ স্নাতক হ'লেই হ'ব বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সমগ্ৰ বিষয়টোক লৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণৰ পাছতে বিভাগে পাছকোৰ্চৰ বিভ্ৰান্তি আঁতৰাই এই নিৰ্দেশনা জাৰি কৰে। ৰাজ্যৰ ছটাকৈ মণ্ডলত চলি থকা বিভিন্ন বিষয়ৰ স্নাতক শিক্ষক পদৰ নথি পৰীক্ষণ প্ৰক্ৰিয়াত গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ প্ৰাৰ্থীসকলৰ অৰ্হতাক লৈ বিভ্ৰান্তিৰ সৃষ্টি ...