July 3, 2025 1:49 PM

views 10

ৰাজ্যৰ ২৫খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ বৈঠক

চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে অনুমোদন জনোৱা ২৫ খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এখন ভার্চুৱেল বৈঠকৰ জৰিয়তে মত বিনিময় কৰে। ডাঃ পেগুৱে এই পাঠ্যক্ৰমৰ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্রত্যাহ্বান সন্দৰ্ভত অধ্যক্ষসকলৰ সৈতে আলোচনা কৰি কয়, যে ৰাজ্য চৰকাৰে তেওঁলোকক এইক্ষেত্ৰত সকলোধৰণৰ সমৰ্থন আগবঢ়াব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সাধাৰণ প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত দুহেজাৰ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে...