December 16, 2025 12:04 PM

views 14

ৰাজ্যৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাসৰ বাবে সৰ্বশিক্ষা অভিযানৰ স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা

ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতি হ্ৰাস কৰাৰ বাবে সৰ্বশিক্ষা অভিযানে স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে। বিদ্যালয়ত অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে সৰ্বশিক্ষা অভিযানে এই পদক্ষেপ লৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি আনুষ্ঠানিকভাৱে এই স্বয়ংক্রিয় SMS সতর্কতা ব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাৰ জৰিয়তে একেৰাহে পাঁচদিন ধৰি বিদ্যালয়ত উপস্থিত নথকা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰা হ'ব। এই সতর্কবাণীসমূহ নিৰ্দিষ্ট পাঁচদিনৰ ব্যৱধা...