August 13, 2025 9:27 PM August 13, 2025 9:27 PM
1
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে চাওতালী সাহিত্য পৰিষদৰ প্ৰতিনিধিৰ বৈঠক
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত চাওতালী সাহিত্য পৰিষদৰ প্ৰতিনিধিবর্গৰ সৈতে বুনিয়াদি স্তৰত চাওতালী ভাষাত শিক্ষাদান সন্দৰ্ভত আলোচনা কৰে। বৈঠকত এশ শতাংশ ছাত্র-ছাত্রী থকা ৩৩৭ খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা পৰ্যালোচনা কৰি এই শিক্ষানুষ্ঠানসমূহত চাওতালী ভাষাত শিক্ষাদান সুনিশ্চিত কৰিবলৈ উপযুক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ বাছনি, প্ৰশিক্ষণ আৰু আনুসংগিক প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়। অসম ৰাজ্যিক পাঠ্যপুথি প্রনয়ন আৰু প্ৰকাশন নিগমে ইতিমধ্যে বুনিয়াদি স্তৰৰ শিক্ষাৰ্থীসকলৰ উপযোগীকৈ অলচিকি লিপিত পাঠ্য...