July 26, 2024 12:26 PM

views 20

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত অহা ১৫ আগষ্টৰ ভিতৰত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ’বঃ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদৰ নিযুক্তি সম্পূৰ্ণ কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে জানিবলৈ দিছে। কালি হাইলাকান্দিত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনত অংশগ্ৰহণ কৰি লগতে কয় যে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে অনলাইনযোগ শিক্ষকৰ বদলি প্রক্রিয়া সম্পন্ন কৰা হ'ব। তদুপৰি শতাধিক শিক্ষার্থী থকা প্ৰাথমিক বিদ্যালয়ত সকলো প্রধান শিক্ষকৰ খালী পদ পূৰণৰ যাৱতীয় ব্যৱস্থা বিভাগে ইতিমধ্যে গ্ৰহণ কৰিছে। আনহাতে ৰাজ্যৰ ৬৮ হাজাৰ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম পৰ্টেল...