October 30, 2025 8:44 PM
বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ
বজালী জিলাৰ উচ্চশিক্ষাৰ অন্যতম প্রতিষ্ঠান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদটো আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে পৰিদৰ্শন কৰে। মেধিকুছিত নিৰ্মাণৰত এই চৌহদ পৰিদৰ্শন কৰি ডাঃ পেগুৱে...
 
									