September 17, 2024 12:06 PM

views 21

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ কোকৰাঝাৰত চিৰাং জিলাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি কোকৰাঝাৰত উপস্থিত হৈ চিৰাং জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু হাইস্কুলৰ প্ৰধান শিক্ষকসকলৰ সৈতে বিটিচি বিধান পৰিষদৰ ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ ড্ৰ'প আউট ছাত্ৰ-ছাত্ৰীৰ হাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ড্রপআউটৰ সংখ্যা কমোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ডেৰ মাহৰ ভিতৰতে বিটিআৰত হাইস্কুল পৰ্যায়ত ১,৪৬৭ গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব শিক্ষামন্ত্রী ডা০ পেগুৱে কালি সদৰি কৰে। আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে কালি কোকৰাঝাৰ বালিকা মহাবিদ্যালয়...