August 13, 2025 9:18 PM

views 13

গুৱাহাটীত আই আই এম স্থাপনত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন; প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গুৱাহাটীত আই আই এম স্থাপনৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই জনোৱা অনুমোদনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাইছে।   কেন্দ্রীয় মন্ত্রীসভাই গুৱাহাটীত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্ মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কালি অনুমোদন জনায়। এই প্রতিষ্ঠানটো উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচাপে পৰিগণিত হ'ব। ইয়াৰ আগেয়ে শ্বিলঙত ২০০৭ চনত আই আই এম প্রতিষ্ঠা কৰা হৈছিল। এই প্রতিষ্ঠানটো নিৰ্মাণত ৫০০ কোটি টকাৰো অধিক ধন ব্যয় কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰ...