August 24, 2024 9:04 PM

views 25

মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বজালীৰ গোবিন্দভৱন গীতা সত্ৰত শৰাই আগবঢ়ায় মন্ত্ৰী ৰণজিত কুমাৰ দাসে

ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে পুৱাৰ ভাগতে বজালীৰ গোবিন্দভৱন গীতা সত্ৰত শৰাই আগবঢ়াই নাম-প্ৰসংগত অংশগ্ৰহণ কৰে। নিজৰ লগতে ৰাইজৰ মংগল কামনা কৰি মন্ত্ৰীগৰাকীয়ে ভকত-আই মাতৃসকলৰ সৈতে মত বিনিময় কৰি আশীৰ্বাদ লয়। মহাপুৰুষ গুৰুজনাই অসমৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক দিশত আগবঢ়োৱা অসাধাৰণ অৱদানে ৰাজ্যৰ জাতীয় জীৱনক এটা নতুন মাত্ৰা প্ৰদান কৰে বুলি উল্লেখ কৰি শ্ৰী দাসে তেওঁৰ জীৱন-দৰ্শনেৰে অনুপ্ৰাণিত হ...