July 26, 2025 11:48 AM July 26, 2025 11:48 AM

views 13

তিনিচুকীয়াত কেইবাটাও কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন তথা পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস অংশগ্ৰহণ

তিনিচুকীয়াত কালি কেইবাটাও কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন তথা পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, সাধাৰণ প্ৰশাসন, পর্যটন আদি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত প্রধানমন্ত্রী আবাস যোজনাৰ অধীনৰ ঘৰসমূহৰ নিৰ্মাণ ৩১ অক্টোবৰৰ ভিতৰত সমাপ্ত কৰিবলৈ তেওঁ আহ্বান জনায়। মন্ত্রী শ্রী দাসে জিলাখনত নিৰ্মাণ কৰা অত্যাধুনিক চৰকাৰী আৱতভৱন পৰিদৰ্শন কৰি ১৫ অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰা...