July 27, 2025 7:29 PM

views 17

বিশ্বনাথ জিলাত আৱণ্টন দিয়া চৰকাৰী গৃহসমূহৰ নিৰ্মাণ কাৰ্য ৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশ

প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ অধীনত বিশ্বনাথ জিলাত আৱণ্টন দিয়া গৃহসমূহৰ নিৰ্মাণ কাৰ্য অহা ৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এখন বৈঠকত নির্দেশ দিয়ে ৷ জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ লগতে অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, পর্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। তেঁও কয় যে জিলাখনত ৮৫ হাজাৰতকৈ অধিক গৃহৰ আৱণ্টন দিয়া হৈছিল আৰু ইয়াৰ ভিতৰত ৫০ হাজাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ...