ডাউনলোড
মোবাইল এপ

android apple
signal

June 15, 2025 8:19 PM

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে বুলি মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি বাক্সা জিলাৰ মুছলপুৰত আয়োজিত এখন সংবাদ মেলত অংশ লৈ মন্ত্ৰী ৰণজিত কুমাৰ দাসে কয় যে প্রধানমন্ত্রী শ্রীমোদ...