May 22, 2025 8:13 PM

views 18

ভাৰত -পাকিস্তানৰ মাজত আলোচনা সন্দৰ্ভত ভাৰতে নিজৰ পূৰ্বৰ স্থিতিকেই দোহাৰিছে বুলি ৰনধীৰ জয়চোৱালৰ মন্তব্য

ভাৰত -পাকিস্তানৰ মাজত আলোচনা সন্দৰ্ভত ভাৰতে নিজৰ পূৰ্বৰ স্থিতিকেই দোহাৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়চোৱালে কয় যে একেসময়তে সন্ত্ৰাসবাদ আৰু আলোচনাৰ কথা চলিব নোৱাৰে। তেওঁ লগতে কয় যে ভাৰতে কিছু বছৰ পূৰ্বে পাকিস্তানক দিয়া সন্ত্ৰাসবাদীৰ তালিকাখন ভাৰতৰ হাতত অৰ্পন কৰা সন্দৰ্ভত নতুন দিল্লীয়ে আলোচনা মুকলি কৰি ৰাখিছে। তেওঁ কয় যে জম্মু-কাশ্মীৰ সন্দৰ্ভত কিবা আলোচনা অনুষ্ঠিত হ'লে, সেই আলোচনা কেৱল পাক অধীকৃত কাশ্মীৰ সন্দৰ্ভৰ্তহে হ'ব। সি...