July 19, 2024 8:39 PM July 19, 2024 8:39 PM

views 8

বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকক উচ্চায়োগৰে সম্পৰ্কত থাকিবলৈ আহ্বান বিদেশ মন্ত্রালয়ৰ

বিদেশ মন্ত্রালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকসকলক ঢাকাত থকা উচ্চায়োগে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু আয়োগৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, চুবুৰীয়া ৰাষ্ট্ৰখনত প্ৰায় চাৰে ৮ হাজাৰ শিক্ষাৰ্থী আৰু প্ৰায় ১৫ হাজাৰ ভাৰতীয় নাগৰিকে বাস কৰি আছে। বিদেশ মন্ত্রী ড০ এছ জয় শংকৰে নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু ঢাকাত থকা উচ্চায়োগে দেশখনৰ পৰিস্থিতি সন্দৰ্ভত নিয়মীয়াভাৱে অৱগত ক...