February 15, 2025 7:50 PM

views 12

ৰনবীৰ এলাহবাদীয়াৰ শুংসূত্ৰ উলিয়াব পৰা নাই মুম্বাই আৰক্ষীয়ে

মুম্বাই আৰক্ষীয়ে ৰনবীৰ এলাহবাদীয়াৰ ম'বাইল ফোন বন্ধ হৈ থকাৰ বাবে প'ডকাষ্টাৰজনৰ শুংসূত্ৰ উলিয়াব পৰা নাই। এলাহবাদীয়াই সময় ৰাইনাৰ ইউটিউব শ্বোত পিতৃ-মাতৃৰ বিষয়ে কৰা অশোভনীয় মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত কেইবাগৰাকীও ব্যক্তিয়ে অভিযোগ দাখিল কৰিছে। ইপিনে মুম্বাই আৰক্ষীয়ে এলাহবাদীয়াই কৰা বিতর্কিত মন্তব্যৰ তদন্তৰ সংক্ৰান্তত ১০ মার্চ পর্যন্ত হাজিৰ হ'বলৈ ইউটিউবাৰ কমেডিয়ান ৰাইনাক সময় দিছে। অসম আৰক্ষীয়েও যোৱা বুধবাৰে মুম্বাইৰ পাঁচগৰাকী ইউটিউবাৰ আৰু ছ'চিয়েল মিডিয়া ই...