July 2, 2024 1:10 PM July 2, 2024 1:10 PM

views 15

ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন

ভাৰতীয় সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰে সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে। বিত্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ মালাকাৰ সদস্য হিচাপে থকা এই সমিতিখনত অধ্যাপক মৃণালকান্তি দত্তই বিশেষজ্ঞ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব। বিত্ত বিভাগৰ বিশেষ সচিবগৰাকী এই সমিতিখনৰ সদস্য সচিব হ'ব। এই আয়োগে ৰাজ্যৰ লগতে পঞ্চায়ত তথা পৌৰ নিকায়সমূহৰ মাজত আৰোপিত আৰু সংগৃহীত...