May 27, 2024 12:21 PM

views 21

ৰেমল ঘূৰ্ণীবতাহৰ ফলত কলকাতাকে ধৰি দক্ষিণ বংগৰ সকলো জিলাতে ধুমুহা আৰু প্ৰবল বৃষ্টিপাত

বংগোপ সাগৰত নিম্ন চাপ সৃষ্টিৰ ফলত উৎপত্তি হোৱা ৰেমল ঘূর্ণীবতাহজাকে কালি নিশা চাৰে ১০ বজাৰ পৰা চাৰে ১২ বজাৰ ভিতৰত সমুদ্র তীৰত খুন্দা মাৰে। আলিপুৰ ক্ষেত্ৰ ঘূৰ্ণীবতাহ সতৰ্ক কেন্দ্ৰৰ মুৰববী হাবিবুৰ বহমান বিশ্বাসে এই কথা প্রকাশ কৰিছে। এই ঘূর্ণীবতাহজাক আৰু কিছু সময়লৈ উত্তৰ দিশলৈ গতি কৰিব আৰু ইয়াৰ পাছত উত্তৰ-উত্তৰ-পূব দিশলৈ গতি কৰি লাহে লাহে ইয়াৰ প্ৰকোপ সাম কাটিব। কালি নিশা প্ৰায় চাৰে ৮ বজাত প্ৰতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে ঘূৰ্ণীবতাহজাক বাংলাদেশৰ খেপোপাৰা আৰু পশ্চিমবংগৰ সাগৰ দ্বীপপুঞ্জত প...

May 27, 2024 12:20 PM

views 19

আজি আৰু কাইলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা

ৰেমল ঘূৰ্ণীবতাহৰ প্ৰভাৱ অসমৰ কিছু অংশত পৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহ সম্পূৰ্ণৰূপে সাজু হৈ থকাৰ লগতে নিয়ন্ত্রণ কক্ষসমূহো কাৰ্যক্ষম কৰি তোলা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা দিছে। ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চ...