December 18, 2025 7:49 PM

views 10

ৰাম সুতাৰৰ মৃত্যুত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, আৰু প্ৰধানমন্ত্ৰী গভীৰ দুখ প্রকাশ

বিশিষ্ট ভাস্কৰ তথা পদ্মভূষণ সন্মানেৰে সন্মানিত ৰাম সুতাৰৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে শিল্পী ৰাম সুতাৰে ভাস্কৰ্য শিল্পৰে দেশৰ কলা আৰু সাংস্কৃতিক ক্ষেত্রখনলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। শ্রীমতী মুর্মুবে কয়, যে প্রয়াত সুতাৰৰ ভাস্কর্য শিল্পসমূহে বিশেষকৈ একতাৰ মূৰ্তিয়ে দেশৰ চহকী কলা ঐতিহ্যক প্রতিনিধিত্ব কৰিছে। প্রয়াত শিল্পীগৰাকীৰ পৰিয়...