June 11, 2024 8:52 PM

views 22

নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ বিধায়ক পদ ত্যাগ

নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে আজি বিধায়ক পদ ত্যাগ কৰে। অসম বিধানসভাৰ চেণ্ট্ৰেল হলত আয়োজিত এটা অনুষ্ঠানত সাংসদগৰাকীয়ে অসম মাতৃৰ সেৱা কৰাৰ ক্ষেত্ৰত অনাগত দিনত বিধায়িনী দলৰ সতীৰ্থসকলৰ সহায়-সহযোগিতা আশা কৰে।