August 19, 2024 12:20 PM August 19, 2024 12:20 PM
4
আজি ৰাখী বন্ধন; দেশবাসীলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা
আজি ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনৰ এই উৎসৱ আজি সমগ্ৰ দেশতে পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সমৰ্থনৰ শপত লৈ তেওঁলোকক উপহাৰ প্ৰদান কৰে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাখী বন্ধন উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ এটা শুভেচ্ছা বার্তাত ৰাষ্ট্ৰপতিয়ে কয় যে, ৰাখী বন্ধন হৈছে ভাই-ভনীসকলৰ মাজত অনন্য বন্ধনৰ এক উৎসৱ, যি প্ৰেম আৰু পাৰস্পৰিক বিশ্বাসক শক্তিশালী...