March 28, 2025 8:07 PM

views 18

ৰাজ্যসভাত আজি বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিধেয়ক, ২০২৫ বিবেচনাৰ বাবে গ্ৰহণ

ৰাজ্যসভাত আজি উত্থাপন হোৱা বিমান সামগ্ৰীৰ স্বাৰ্থ সুৰক্ষা বিধেয়ক, ২০২৫ বিবেচনাৰ বাবে গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত হোৱা আলোচনাৰ সময়তে কংগ্ৰেছ সাংসদ নীজ ডাংগিয়ে বিমান বন্দৰসমূহৰ ব্যক্তিগতকৰণ আৰু বিমান যাত্ৰাৰ উচ্চ নিৰিখৰ বিষয়টো উত্থাপন কৰে। দেশৰ সাধাৰণ জনগণে উচ্চমানৰ নিৰিখ বহন কৰিবলৈ সমৰ্থ নহয় বুলি মন্তব্য কৰি সাংসদজনে চৰকাৰৰ উড়ান আঁচনিৰ সন্দৰ্ভতো প্রশ্ন উত্থাপন কৰে। সাংসদজনে লগতে দেশৰ এয়াৰ এম্বুলেঞ্চ সেৱাৰ প্ৰসাৰৰ প্ৰয়োজন বুলিও সদনত উল্লেখ কৰে। বিজেপিৰ সাংসদ ভীমৰাও মহাডিকে কংগ্ৰেছ সাংসদজনৰ...

July 22, 2024 7:43 PM

views 18

সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ কাৰ্যকাল দিনটোৰ বাবে স্থগিত

সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যসভাৰ কাৰ্যকাল দিনটোৰ বাবে স্থগিত ৰখা হৈছে। কাইলৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দ্বাৰা লোকসভাত সাধাৰণ বাজেট দাখিলৰ সমাপ্তিৰ পাছতে পুনৰ ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে উচ্চ সদনত কেইবাগৰাকীও সদস্যই ৰাজহুৱা বিষয়সমূহ উত্থাপন কৰাৰ সময়ত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে সদস্যসকলক সদনৰ নীতি-নিয়মসমূহ ৰক্ষা কৰাৰ লগতে শক্তিশালী সংসদীয় বক্তৃতাৰ পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। শ্রীধনখড়ে সা...