August 21, 2024 7:15 PM
26
ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসৰ মনোনয়ন-পত্র দাখিল
ৰাজ্যসভাত খালী হোৱা অসমৰ দুখন আসনৰ বাবে বিজেপিৰ প্রার্থী প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী আৰু প্রাক্তন বিধায়ক মিছন ৰঞ্জন দাসে আজি মনোনয়ন পত্র দাখিল কৰে। প্রার্থী দুগৰাকীৰ মনোনয়ন-পত্র দাখিলৰ সময়ত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী, বিধায়ক তথা শাসকীয় মিত্রজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। উল্লেখযোগ্য যে অসমৰ ৰাজ্যসভাৰ মিত্রজোঁটৰ প্রার্থী সন্দৰ্ভত আলোচনাৰ বাবে কালি নতুন দি...