July 26, 2024 7:58 PM July 26, 2024 7:58 PM
14
ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ
ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত অংশগ্রহণ কৰি ৱাই এছ আৰ চি পিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটত হ্রস্বম্যাদী জনপ্রিয়তাবাদী দৃষ্টিভংগীৰ পৰিৱৰ্তে মধ্যম আৰু দীৰ্ঘম্যাদী বিচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ দেশৰ প্ৰগতিৰ বাবে ভালদৰে সাজু হোৱা যেন দেখা গৈছে বুলি উল্লেখ কৰি বৰ্ধিত বৈষম্যৰ সমস্যাটোৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইফালে, ভাৰতীয় কমিউনিষ্ট পাৰ্টী -চি পি আইৰ সদস্য পি সন্তোষ কু...