July 26, 2024 12:33 PM

views 17

ৰাজ্যসভাত কেন্দ্ৰীয় বাজেট আৰু জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰণদীপ সিং সূৰ্যেৱালাই কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰে। আনহাতে আপৰ ৰাঘব চাড্ডাই অভিযোগ কৰে যে, চৰকাৰে এই বাজেটৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীকে অসন্তুষ্ট কৰিছ। বিজেডি দেৱাশীষ ছামন্ত্ৰে দেশৰ আঞ্চলিক আকাংক্ষা বাজেটত অৱহেলিত হোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে বাজেটখনে দুখন ৰাজ্যক গুৰুত্ব দিয়াৰ বাদে ওড়িশা...