March 24, 2025 9:14 PM March 24, 2025 9:14 PM

views 2

লোকসভাই পাৰিত কৰা তৈলক্ষেত্র সংশোধনী বিধেয়ক ২০২৪ত ৰাজ্যসভাৰ অনুমোদন

লোকসভা আৰু ৰাজ্যসভাত আজি কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ সংৰক্ষণৰ বাবে সংবিধান সংশোধন সন্দৰ্ভত কৰা মন্তব্যক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখা হয় আৰু লোকসভা এই বিষয়টোক লৈ দুবাৰ স্থগিত ৰাখিবলগীয়া হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বাজি ১৫ মিনিটত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত লোকসভাই পাৰিত কৰা তৈলক্ষেত্র সংশোধনী বিধেয়ক ২০২৪ত ৰাজ্যসভাই অনুমোদন জনায়। হুলস্থুলীয়া পৰিস্থিতি অব্যাহত থকাৰ পাছত ৰাজ্যসভা দিনটোৰ বাবে...