June 8, 2025 7:00 PM June 8, 2025 7:00 PM

views 12

ৰাজ্যসভাত খালী হ′বলগীয়া অসমৰ আসন দুখনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্রার্থিত্ব আগনবঢ়ায়

ৰাজ্যসভাত খালী হ′বলগীয়া অসমৰ আসন দুখনৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিৰোধী দল তথা কংগ্ৰেছে প্রার্থিত্ব আগনবঢ়ায়। বিৰোধীৰ পক্ষত নিৰ্বাচনত জয়ী হ'ব পৰাকৈ বিধায়ক নাই বাবেই ৰাজ্যসভাৰ খালী হোৱা আসনৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা নকৰে। বৰ্তমান দুয়োখন আসনেই শাসকীয় মিত্ৰজোঁটৰ দখলত আছে। বিৰোধীয়ে প্রার্থিত নিদিয়াৰ সিদ্ধান্তই শাসকীয় মিত্ৰজোঁটৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হোৱাতো স্পষ্ট হৈ পৰিল। আসন দুখনৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন। কাইলৈ আবেলি ৩...

June 8, 2025 12:02 PM June 8, 2025 12:02 PM

views 12

ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে শাসনাধিস্থ এন ডি এ মৰ্চাৰ প্ৰাৰ্থী চূড়ান্ত

শাসনাধিস্থিত এন ডি এই অহা ১৯ জুনত হ'বলগীয়া ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে হবলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থী নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপই পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্রার্থিত্ব প্ৰদান কৰিছে। অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পোনাকন বৰুৱাই কালি বৈশ্যৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই প্রদেশ বিজেপিৰ জ্যেষ্ঠ নেতা কনাড পুৰকায়স্থৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন। উল্লেখযোগ্য যে ...