October 23, 2025 12:20 PM
16
তিনিদিনীয়া ভ্রমণসূচীৰে ৰাজনাথ সিং কাইলৈ জয়ছলমেৰলৈ ৰাওনা
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ জয়ছলমেৰলৈ যাব। তাত তেওঁ সেনা কামাণ্ডৰসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব। অপাৰেচন সিন্দূৰৰ পাছত মৰুভূমিৰ নগৰখনত প্ৰথমবাৰৰ বাবে এনে সম্মিলনৰ আয়োজন কৰা হৈছে। সামৰিক অভিযানসমূহৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ সুৰক্ষা প্রত্যাহ্বানসমূহৰ সন্দৰ্ভত পর্যালোচনা কৰাৰ উদ্দেশ্যে সেনাৰ শীর্ষ বিষয়াসকল একত্ৰিত হোৱাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্রমণে বিশেষ তাৎপর্য বহন কৰিছে। প্ৰতিৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই সন্মিলনত সেনাৰ মুৰববী আৰু শীর্ষ কামাণ্ডৰসকলে দে...