January 1, 2026 8:26 PM January 1, 2026 8:26 PM
2
ডি আৰ ডি অ’ৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ
অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ডি আৰ ডি অই উন্নীত কৰা অস্ত্র-শস্ত্রই নির্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি সংস্থাটোৰ দায়বদ্ধতাক চিহ্নিত কৰিছে। নতুন দিল্লীত অৱস্থিত ডি আৰ ডি অ'ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংস্থাটোৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এই মন্তব্য কৰে। শ্রী সিঙে কয়, যে ডি আৰ ডি তাই ভাৰতৰ শসস্ত্র বাহিনীক অত্যাধুনিক প্রযুক্তিৰে সজ্জিত কৰি দেশৰ থলুৱা সামৰ্থক শক্তিশালী কৰি তোলাৰ বাবে সংস্থাটোক প্রশংসা কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, য...