November 17, 2024 12:12 PM

views 14

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ  নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলায়। প্ৰচাৰ কালত তেওঁ কংগ্ৰেছে প্ৰায় ৫০ বছৰ দেশ শাসন কৰা স্বত্বেও ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰক যোগ্য সন্মান দিয়া নাছিল বুলি মন্তব্য কৰে। জাতিগত পিয়ল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি শ্ৰী সিঙে কয়, যে কংগ্ৰেছ নেতাগৰাকীয়ে এই বিষয়বোৰক লৈ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু ভোটদাতাসকলক আভুৱা-ভাঁৰাৰ চেষ্টা চলাইছে। পালঘৰত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাই তেওঁ কয়, যে মহাৰাষ...