June 10, 2024 5:44 PM

views 14

ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ য়াদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ কেন্দ্ৰীয় পর্যবেক্ষক নিযুক্তি

ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ য়াদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিছে। বিজেপিৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে, সংসদীয় বোর্ডে এই নেতা দুগৰাকীক ওড়িশা সংসদীয় দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পর্যবেক্ষণ কৰাৰ দায়িত্ব অর্পণ কৰিছে। ইফালে বিজেপি বিধায়িনী দলৰ বৈঠক কাইলৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰীৰ শপতগ্রহণ সমাৰোহ অহা বুধবাৰে ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ...