May 7, 2025 8:27 PM May 7, 2025 8:27 PM

views 8

সিন্দূৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীৰ ইতিহাস ৰচনাঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

সিন্দূৰ অভিযানৰ সময়ত অসীম বীৰত্ব আৰু সাহস প্ৰদৰ্শনেৰে সশস্ত্র বাহিনীসমূহে ইতিহাস ৰচনা কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। নতুন দিল্লীত আজি সীমান্ত পথ সংস্থাই ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৰূপায়ণ কৰা ৫০টা প্ৰকল্প উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই অভিযানৰ অধীনত সশস্ত্র বাহিনীসমূহে নিখুঁত, সতৰ্ক আৰু সংবেদনশীলতাৰে ব্যৱস্থা গ্ৰহণ কৰি পৰিকল্পিত কৌশলৰ অংশ হিচাপে নিৰ্ধাৰিত লক্ষ্য ধ্বংস কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয় যে এই অভিযানৰ সময়ত অসাম...