March 4, 2025 8:23 PM March 4, 2025 8:23 PM
2
সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ ৪০ হাজাৰ মহিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈছে বুলি ৰাজীৱ ৰঞ্জন সিঙৰ প্ৰকাশ
সম্প্ৰতি সমগ্ৰ দেশৰ প্ৰায় ১০ লাখ ৪০ হাজাৰ মহিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈছে বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে জানিবলৈ দিছে। নতুন দিল্লীত আজি নির্বাচিত মহিলা প্রতিনিধিসকলৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত সৱল পঞ্চায়ত নেত্রী অভিযান শীর্ষক উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে মহিলাসকলৰ সৱলীকৰণৰ বাবে লাখপতি বাইদেউ আৰু নমো ড্ৰণ বাইদেউ আঁচনিকে ধৰি ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ লগতে মহিলাসকলৰ মাজত বিশ্বাস গঢ়ি তোলাৰ বাবে পঞ্চায...