December 2, 2025 9:36 PM

views 15

এখন উন্নত ভাৰত গঢ়িবৰ বাবে দেশৰ সকলো ৰাজ্যৰ সকলো খণ্ডতে উন্নয়ন আৰু প্ৰগতি নিশ্চিত হ’ব লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং

এখন উন্নত ভাৰত গঢ়িবৰ বাবে দেশৰ সকলো ৰাজ্যৰ সকলো খণ্ডতে উন্নয়ন আৰু প্ৰগতি নিশ্চিত হ’ব লাগিব বুলি কেন্দ্রীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে প্ৰকাশ কৰে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী মৎস্য সম্পাদা যোজনাৰ অধীনত মীন খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সাধন হৈছে। কিন্তু পশ্চিমবংগ চৰকাৰে কেন্দ্ৰই যোগান ধৰা এই আঁচনিৰ অধীনৰ ধন মীন খণ্ডত খৰচ নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত প্ৰস্তাৱিত ২২১...

January 6, 2025 7:12 PM

views 35

গুৱাহাটীত মীন পালন খণ্ডৰ উন্নয়নৰ বাবে ৫০টা প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন

কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত মীন পালন খণ্ডৰ উন্নয়নৰ বাবে ৫০ কোটি টকা ব্যয়সাপেক্ষ ৫০টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ মীন খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন, উৎপাদনশীলতা বৃদ্ধি আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অসমত ইয়াৰ ভিতৰত ১২ টা প্ৰকল্প ৰূপায়ণ কৰা হ'ব। এই প্ৰকল্পৰ অংশ হিচাপে দৰং জিলাত সংহত একুৱা পার্ক স্থাপন কৰি বছৰি ১৫০ মেট্রিকটন মাছ উৎপাদন কৰা হ'ব। এই প্ৰকল্পৰ জৰিয়তে ১০ৰ পৰা ১৫ কোটি টকা ৰাজ...