August 20, 2024 8:04 PM

views 10

প্রাক্তন প্রধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জয়ন্তী উপলক্ষে আজি দেশজুৰি শ্রদ্ধা নিবেদন

প্রাক্তন প্রধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জয়ন্তী উপলক্ষে আজি দেশজুৰি শ্রদ্ধা নিবেদন কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ জয়ন্তীত শ্রদ্ধা জ্ঞাপন কৰে। প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ ৮০ সংখ্যক জয়ন্তী উপলক্ষে আজি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাগেই তেওঁক স্মৰণ কৰাৰ লগতে সামাজিক মাধ্যমযোগে শ্রদ্ধা নিবেদন কৰে। এক্স হেণ্ডেলত শ্ৰীখাৰ্গেই প্রধানমন্ত্ৰীগৰাকীক শ্রদ্ধা জনাই তেওঁ কয় যে প্রয়াত গান্ধীয়ে অভূতপূৰ্ব অৱদানেৰে ভাৰতক একবিংশ শতিকালৈ আগবঢ়াই লৈ ...