November 29, 2024 9:05 PM November 29, 2024 9:05 PM

views 17

দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশৰ

ৰাজ্যসভাৰ উপ সভাপতি হৰিৱংশে দেশৰ উন্নয়নত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° ৰাজেন্দ্ৰ প্ৰসাদে আগবঢ়োৱা অৱদানৰ সন্দৰ্ভত আলোকপাত কৰিছে৷ তেওঁ সমাজৰ কল্যাণৰ বাবে ৰাজেন্দ্ৰ প্ৰসাদে তেওঁৰ সমগ্ৰ যাত্ৰাত সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ কথা উল্লেখ কৰে৷ ৰাজ্যসভাৰ উপ সভাপতি গৰাকীয়ে আকাশবাণীৰ উদ্যোগত আজি নতুন দিল্লীত ড° ৰাজেন্দ্ৰ প্ৰসাদ সোঁৱৰণী বক্তৃতাত তেওঁৰ ভাষণত এই কথা কয়। ড° ৰাজেন্দ্ৰ প্ৰসাদৰ অৱদান আৰু জীৱনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ সন্দৰ্ভতো তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্য...