October 9, 2025 6:16 PM

views 46

প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিজেপি ত্যাগ

প্ৰাক্তন ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে আজি বিজেপিৰ সদস্য পদৰ পৰা পদত্যাগ কৰে। শ্ৰীগোহাঁয়ে গুৱাহাটীৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। দলত্যাগৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীগোহাঁয়ে কয়, যে অটল বিহাৰী বাজপেয়ী, মূৰলী মনোহৰ যোশীৰ দৰে জ্যেষ্ঠ নেতাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ বিজেপিত যোগদান কৰিছিল। বৰ্তমান সময়ত দলটোৰ কাম-কাজক লৈও তেওঁ ক্ষোভ প্রকাশ কৰে। ভৱিষ্যতে ৰাজনীতিত থাকিব নে নাথাকে সেই সন্দৰ্ভত পৰৱৰ্তী সময়তহে সি...