December 8, 2024 11:40 AM

views 73

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উদ্বোধন কৰিব ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই শীর্ষ সন্মিলনত উদ্বোধনী ভাষণ দিব। এই সন্মিলনত বিশ্বৰ বিভিন্ন ঠাইৰ আগশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ, বাণিজ্য প্রতিনিধি আৰু বিনিয়োগকাৰীসকলে অংশগ্রহণ কৰিব। এই সন্মিলনত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই আদৰণি ভাষণ আগবঢ়াব। তিনি দিনীয়াকৈ হ'বলগীয়া এই শীৰ্ষ সন্মিলনত অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অংশগ্রহণ কৰিবলগীয়া ১৭খন দেশকে ধৰি মুঠ ৩২খন দেশে অংশগ্রহণ কৰিব। এই শীর্ষ সন্মিল...